দৈনিক বাতৰি

কাছাৰৰ লায়লাপুৰত জব্দ প্ৰায় ১৪ লাখ টকাৰ বাৰ্মিজ চুপাৰি!

কাছাৰৰ লায়লাপুৰত জব্দ প্ৰায় ১৪ লাখ টকাৰ বাৰ্মিজ চুপাৰি। মিজোৰামৰ পৰা অবৈধভাৱে সৰবৰাহ কৰাৰ সময়ত কাছাৰৰ লায়লাপুৰ জব্দ হয় তিনি খন চুপাৰি ভৰ্তি ট্ৰাক৷...

ক’ভিডৰ সংক্ৰমণ: মহাৰাষ্ট্ৰৰ ১০ মন্ত্ৰী, ২০ বিধায়ক ক’ভিড পজিটিভ

দেশত ক’ভিডৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধিমহাৰাষ্ট্ৰৰ ১০ মন্ত্ৰী, ২০ বিধায়ক ক’ভিড পজিটিভউপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে সদৰী কৰিছে এই তথ্যমহাৰাষ্ট্ৰত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যাঅমিক্ৰনৰ...

৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া ‘নিয়োগ মেলা’ বাতিল

৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া 'নিয়োগ মেলা’ বাতিলঅনিবাৰ্য কাৰণবশতঃ বাতিল কৰা হৈছে 'নিয়োগ মেলা’ৰিহাবাৰীস্থিত জিলা নিয়োগ বিনিময় কাৰ্যালয়ে প্ৰকাশ কৰিছে এই কথা৪ জানুৱাৰীত অনুষ্ঠিত হ’ব...

অমিক্ৰন বৃদ্ধি পালে বাঢ়িব নিষেধাজ্ঞা! মুখ্যমন্ত্ৰীৰ ঘোষণা

অমিক্ৰন বৃদ্ধি পালে বাঢ়িব নিষেধাজ্ঞা। বছৰৰ প্ৰথম দিনটোতে ঘোষণা মুখ্যমন্ত্ৰীৰ! শনিবাৰৰ পৰা পুনৰ বলৱৎ হ’ব নৈশ সান্ধ্য আইন। ক’ভিডৰ SOP অনুসৰি নিশা ১১.৩০...

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদানৰ বাবে আৰম্ভ কৰা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া।...

Popular