দৈনিক বাতৰি

উৰন্ত বিমানৰ ভিতৰত মোবাইলত লাগিল জুই

বৃহস্পতিবাৰে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ডিব্ৰুগড়ৰ পৰা দিল্লী আভিমুখী INDIGOৰ বিমান। ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী INDIGO বিমানখনৰ ভিতৰত এগৰাকী যাত্ৰীৰ মোবাইলত হঠাতে অগ্নিসংযোগ...

বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈৰ বৰ্ষফল গণনা

বৰপেটা সত্ৰত বিহুৰ দিনা বৰ্ষফল গণনা৷ বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে আজি বৰপেটা সত্ৰত বিহু গণনা বা বৰ্ষফল গণনা কৰে৷ বিহু গণনা পাঠ...

টেছলা আৰু স্পেচএক্সৰ পিছত এইবাৰ সামাজিক মাধ্যমৰ ওপৰত চকু এলন মাস্কৰ!

টেছলা আৰু স্পেচএক্সৰ পিছত এইবাৰ সামাজিক মাধ্যমৰ বিশাল প্লেটফৰ্মৰ মালিক হোৱাৰ ইচ্ছা এলেম মাস্কৰ। সামাজিক মাধ্যমৰ বিশাল প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে এলেন...

হঠাৎ আলফামুখী কিয় এচাম যুৱক-যুৱতী?

✒️অচিন্ত্য শৰ্মা সদৰি হোৱা তথ্য অনুসৰি ৰাজ্যত ১২ এপ্ৰিল পৰ্যন্ত প্ৰায় আঢ়ৈশ যুৱক-যুৱতী নতুনকৈ সন্ধানহীন হৈ পৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনত যোগদানৰ বাবে। অৱশ্যে...

নগাঁৱৰ ADP কলেজৰ অধ্যক্ষক নিলম্বন!

নগাঁৱৰ ADP কলেজৰ অধ্যক্ষক নিলম্বনঅধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতীক নিলম্বনউচ্চ শিক্ষা সঞ্চালকে নিলম্বন কৰে ভাগৱতীকভাগৱতীৰ বিৰুদ্ধে সহকৰ্মীক যৌন আতিশয্যৰ অভিযোগদুগৰাকী অধ্যাপিকাই ভাগৱতীৰ বিৰুদ্ধে তুলিছিল অভিযোগ২...

Popular