দৈনিক বাতৰি

কিমান দূৰ আগবাঢ়িছে সুশান্তৰ মৃত্যুৰ তদন্ত? এবছৰীয়া খতিয়ান NK TVত…

ঠিক এবছৰ আগতে, বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতক মুম্বাইত তেওঁৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত পোৱা গৈছিল। এই কৰুণ ঘটনাটোৰ পিছত যি ঘটিছিল সেয়া আছিল ভুৱা...

ন’ভাক জক’ভিছে দ্বিতীয়বাৰলৈ দখল কৰিলে ফ্ৰেন্স অ’পেনৰ পুৰুষৰ ছিংগলছ খিতাপ

গুৱাহাটী, ১৪ জুন, NKTV: কেৰিয়াৰৰ ১৯সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ জয় ন’ভাক জক’ভিছৰ। গ্ৰীচৰ টেনিচ তাৰকা ষ্টেফান’জ চিচিপাছক হৰুৱাই ন’ভাক জক’ভিছে দ্বিতীয়বাৰলৈ দখল কৰিলে ফ্ৰেন্স অ’পেনৰ পুৰুষৰ...

অহা ১৫ জুনত ৰাজ্য চৰকাৰে ঘোষণা কৰিব নতুন SOP

গুৱাহাটী, ১৪ জুন, NKTV: মহানগৰীত পূৰ্বতকৈ কিছু উন্নত হৈছে ক'ভিড পৰিস্থিতি। পৰিস্থিতি উন্নত হোৱালৈ মন কৰি ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা। আজিৰে পৰা কাৰ্যালয়ত উপস্থিত হ’ব লাগিব...

এইখন অসমতে ক’ত ৯৪ টকাৰ ওপৰত পেট্ৰ’লৰ দাম?

গুৱাহাটী, ১৪ জুন, NKTV: ৰাজ্যত অব্যাহত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি। পেট্ৰ'ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ বাবে এতিয়া মুৰৰ কামুৰণিৰ সৃষ্টি কৰিছে। মহানগৰী গুৱাহাটীত এতিয়া পেট্ৰ'লৰ মূল্য...

ছাম্বাৰ দেশত কোপা আমেৰিকা

ফুটবলৰ দেশ ব্ৰাজিলত কোপা আমেৰিকাইউৰো কাপৰ সমান্তৰালকৈ লেটিন আমেৰিকাত ফুটবলৰ উন্মাদনাকৰ'না বিধস্ত ব্ৰাজিলত দুভৰিৰ যাদুউদ্বোধনী মেচত ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বী ভেনিজুৱেলানেইমাৰ-মেছীৰ পদশিল্প উপভোগৰ বাবে সাজু ফুটবলপ্ৰেমীছাম্বাৰ...

Popular