দৈনিক বাতৰি

মাজুলীবাসীলৈ শীঘ্ৰেই আহিব সুখবৰ

শীঘ্ৰেই মাজুলীবাসীয়ে লাভ কৰিব দলং। মাজুলীলৈ যাতায়াতৰ ক্ষেত্ৰত আহিব যুগান্তকাৰী পৰিৱৰ্তন। কিমান আগবাঢ়িছে মাজুলীৰ দলং নিৰ্মাণৰ কাম চাওক আমাৰ এক প্ৰতিবেদন। মাজুলীবাসীলৈ সুখবৰশীঘ্ৰেই মাজুলীবাসীয়ে লাভ...

ঢকুৱাখনাত ‍বিজেপি নেতাৰ শিহৰণকাৰী হত্যা

শীতল মস্তিস্কৰে হত্যা কৰি জ্বলাই দিলে মৃতদেহঘৰৰ সমীপৰে চোমনিত উদ্ধাৰ মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহজলজীৱনৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণেই কাল হ’ল নেকি বিজেপি নেতা সুনীল গগৈৰ? সন্দেহৰ আঙুলি PHEৰ...

এজন আদহীয়াৰ কৰ্মকাণ্ডত অতিষ্ঠ সাধাৰণ ৰাইজ

ধুবুৰীৰ ৭ নং ৱাৰ্ডত দেওবাৰে হঠাৎ সৃষ্টি হ’ল হুলস্থূলীয়া পৰিবেশ। এজন আদহীয়া লোকৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে ৱাৰ্ডটোৰ সাধাৰণ ৰাইজ। পিতৃয়ে নিৰ্মাণ কৰি থৈ...

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জন

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জনআমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ T-20 বিশ্বকাপউদ্বোধনী মেচত আমেৰিকাৰ হাতত বিধ্বস্ত কানাডা লেব্ৰন জেমছ, মাইকেল জৰ্ডান, উইলি মেছ, বেৰী বণ্ডছ। এইসকল খেলুৱৈ যেন যুক্তৰাষ্ট্ৰৰত...

ঢকুৱাখনাত চাঞ্চল্যকৰ ঘটনা

ঢকুৱাখনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ এখন চুমণিৰ মাজত উদ্ধাৰ কৰা হৈছে এটা অর্ধদগ্ধ মৃতদেহ। অর্ধদগ্ধ মৃতদেহটো সুনীল গগৈ নামৰ...

Popular