পেৰাগ্লাইডিং কৰি থাকোঁতেই পাহাৰৰ পৰা তললৈ পৰি গ’ল পৰ্যটক

পেৰাগ্লাইডিং কৰি থাকোঁতেই পাহাৰৰ পৰা তললৈ পৰি গ’ল পৰ্যটক। অনাকাংক্ষিত ঘটনাত কৰুণ মৃত্যু তৰুণী পৰ্যটক আৰু তত্ত্বাৱধায়কৰ। নৰ্থ গোৱাৰ কেৰিগাঁও নামৰ অঞ্চলত সংঘটিত হৈছে এই কৰুণ ঘটনা। নিহত পৰ্যটকগৰাকী পুনেৰ ২৭বছৰীয়া শিৱানী ডাবলে। আনফালে তত্ত্বাৱধায়কজন নেপালৰ সুমল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে শনিবাৰে সংঘটিত হয় এই কৰুণ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...