দৈনিক বাতৰি

বিদ্ৰোহী নেতালৈ মুখ্যমন্ত্ৰীৰ আহ্বান – দল এৰিলেও নেৰিব হিন্দুত্ব

গৃহ কন্দলত জৰ্জৰিত ৰাজ্যিক বিজেপি। উজনিৰ বিদ্ৰোহী বিজেপি নেতাৰে বৈঠক ৰাজেন গোহাঁইৰ। শুকুৰবাৰে আনুষ্ঠানিকভাৱে দল এৰিব প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। বিজেপি নেতাৰ দলত্যাগক লৈ...

মৃত্যুৰে যুঁজি যুঁজি হাৰিল আন এটা বন্য ঘোঁৰা

বানৰ বাবে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰৰে উটি আহিছিল বন্য ঘোঁৰা। এই বন্য ঘোঁৰাৰ বাবেই জগত বিখ্যাত ডিব্ৰু চৈখোৱা। কিন্তু বিপদাপন্ন বন্য ঘোঁৰাৰ...

বিতৰ্কৰ মাজতে ৰাজ্যত পুনৰ আৰম্ভ হ’ল অমৃত বৃক্ষ অভিযান

বিতৰ্কৰ মাজতে ৰাজ্যত পুনৰ আৰম্ভ হ’ল অমৃত বৃক্ষ অভিযান। মাতৃৰ নামৰ গছপুলি ৰুই অভিযানৰ সূচনা কৰিলে মুখ্যমন্ত্ৰীয়ে। ১ৰ পৰা ২০ আগষ্টলৈ ৰাজ্যত ৰোপণ হ’ব...

লাভলিনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাক্ষৰিত গামোছা অৰ্পন

চলিত পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰত্যাশিত আৰম্ভনি কৰিছে অসম কন্যা লাভলিনা বৰগোঁহায়ে৷ অসমৰ প্ৰথম ক্ৰীড়াবিদ হিচাপে...

অন্ধবিশ্বাস! ডাইনী সন্দেহত এগৰাকী মহিলাৰ ভয়ংকৰ কাণ্ড

বিজ্ঞান প্ৰযুক্তিবিদ্যাই মানৱ জাতিক বহুদূৰ আগুৱাই নিলেও ক'ৰবাতে যেন ৰৈ গৈছে একাংশ মানুহৰ মানসিকতা। এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা ওলাই আহিব পৰা নাই একাংশ...

Popular