দৈনিক বাতৰি

পুনৰ মুম্বাইত ‘হিট এণ্ড ৰাণ’ কাণ্ড

BMW গাড়ীৰে মহিলাক হত্যা কৰি পলায়ন ৰাজনৈতিক নেতাৰ পুত্ৰসিন্দে সেনাৰ নেতাৰ পুত্ৰক লৈ গৰম মহাৰাষ্ট্ৰৰ ৰাজনীতি প্ৰভাৱশালী বিজনেছমেনৰ পুত্ৰৰ পিছত এইবাৰ ৰাজনৈতিক নেতাৰ পুত্ৰ। ৰাজপথত...

ঝাৰখণ্ডত আস্থা ভোটত বিজয়ী হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰ

ঝাৰখণ্ডত আস্থা ভোটত বিজয়ী হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰৰ। সোমবাৰে বিধানসভাত আস্থা ভোটৰ সন্মুখীন হৈছিল JMM নেতৃত্বাধীন ছোৰেন চৰকাৰ। আস্থা ভোটৰ সময়তে বিৰোধীয়ে সদন ত্যাগ...

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত প্ৰধানমন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণক্ৰমে ৰাছিয়া ভ্ৰমণ কাৰ্যসূচী লোৱা প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ স’তে ২২সংখ্যক ভাৰত–ৰাছিয়া...

দুদিনীয়া উত্তৰ-পূব ভ্ৰমণলৈ ৰাহুল গান্ধী

লোকসভাৰ বিৰোধী দলপতি হোৱাৰ পিছত প্ৰথম উত্তৰ–পূব ভ্ৰমণলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুদিনীয়া ভ্ৰমণ সূচীৰে সোমবাৰে পুৱাই সিলচৰত উপস্থিত হয় কংগ্ৰেছ নেতাজন। কাছাৰ আৰু...

অসম–অৰুণাচল সীমান্তত বুকু কঁপাই তোলা ঘটনা

গাৰ নোম শিহৰিত কৰা কাণ্ড। শুনিলেই বুকু কঁপি যোৱা ঘটনা। এগৰাকী মহিলাক চোকা অস্ত্ৰৰে হত্যা। উদ্ধাৰ হ’ল বিবস্ত্ৰ অৱস্থাত। ঘটনা অসম-অৰুণাচল সীমান্তৰ অতি দূৰ্গম...

Popular