দৈনিক বাতৰি

প্ৰেমৰ বাবেই নাবালক ভাগিনক অপহৰণ কৰিলে মামীয়েকে

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী। এইবাৰ প্ৰেমৰ বাবেই নাবালক ভাগিনক অপহৰণ কৰিলে মামীয়েকে। কামাখ্যা গে'টৰ পৰা ১৭ বছৰীয়া ভাগিনক অপহৰণ কৰিলে বৈশ্য উপাধিৰ এগৰাকী মহিলাই।...

ইলন মাস্কৰ ষ্টাৰলিংকে ভাৰতীয় কোম্পানীতকৈ ৮০-৯০ গুণ দ্ৰুত গতিত প্ৰদান কৰিব ইন্টাৰনেট সেৱা

ইলন মাস্কৰ ষ্টাৰলিংক উপগ্ৰহ নেটৱৰ্কে ভাৰতৰ সৰ্বত্ৰ টেৰাবিট-স্কেলৰ সংযোগ প্ৰদান কৰিবলৈ সাজু হৈছে, যদিহে নিয়ন্ত্ৰণকাৰী সংস্থাৰ অনুমোদন লাভ কৰে। দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক...

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি ঘোষণা নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ; কোনে কোনে আবেদন কৰিব পাৰিব?

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে একচনীয়ভাৱে প্ৰস্তুত কৰা নিউজিলেণ্ড এক্সেলেন্স এৱাৰ্ডছ (NZEA) নামৰ বৃত্তি আঁচনিৰ ২০২৫ চনৰ জুলাই অধিৱেশনৰ আৰম্ভণি ঘোষণা কৰিছে। কোনে আবেদন কৰিব...

মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা

যেন ৰুষ্ট হৈছে প্ৰকৃতি। মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা। দাও দাওকৈ জ্বলি উঠিছে গছ-বন। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ দল, সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ।...

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ অহাৰ আহ্বান মহাকাশচাৰী সুনীতাক। ‘ভাৰতকন্যা’ সম্বোধনেৰে সুনীতা উইলিয়ামছলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰীয়ে। ভাৰতীয় বংশোদ্ভূত সুনীতা উইলিয়ামছক...

Popular