পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত আত্মহাৰা হৈ লোকজনে ক’লে- আজিৰে পৰা মই মুক্ত। পত্নীক বিদায় দিয়াৰ পিছতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে মুকালমুৱাৰ বৰলিয়াপাৰৰ নিবাসী মাণিক আলী নামৰ লোকজনে। পৰকীয়া প্ৰেমৰ বাবেই দুবাৰকৈ পলাই গৈছিল মাণিক আলীৰ পত্নী। সন্তানৰ বাবেই বাৰম্বাৰ ক্ষমা কৰি পত্নীক আকোৱালি লৈছিল মাণিকে। কিন্তু বাধা দি ৰাখিব নোৱাৰি অৱশেষত আইনী প্ৰক্ৰিয়াৰে কৰিলে বিবাহ বিচ্ছেদ। আনুষ্ঠানিক বিচ্ছেদৰ পাছতে এইদৰে আনন্দ উল্লাস মাণিক আলীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...