অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ সময়তে মৰুভূমি সদৃশ পৰিৱেশ নৈৰ বক্ষত। এফালে অনাবৃষ্টি, পথাৰত মেলিছে চিৰাল ফাঁট। তাৰ মাজতে নৈৰ পানী শুকাই যোৱাক লৈ চিন্তিত নৈপৰীয়া। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এতিয়া ভাবুকি হৈ পৰিছে এনে পৰিৱেশ। ভৰ বাৰিষাৰ সময়ত ৰুদ্ৰ ৰুপ ধাৰণ কৰে পাগলাদিয়াই। তেনে সময়তে অস্বাভাৱিকভাৱে শুকাইছে নৈৰ পানী। গতিক স্বাভাৱিকতেই চিন্তত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...