দৈনিক বাতৰি

নুনমাটিৰ শিহৰণকাৰী ডকাইতিত জড়িত দুজনক গ্ৰেপ্তাৰ

ক্ৰমাত যেন নিৰাপত্তাহীন হৈ পৰিছে ৰাজ্যবাসী। ঘৰৰ ভিতৰতো যেন এতিয়া নিৰাপত্ত নাই পুৰুষ-মহিলা, ধন-সম্পত্তিৰ। নিৰাপত্তা নাই গুৱাহাটীতো। মহানগৰীৰ নুনমাটিত সংঘটিত হৈছিল এটা শিহৰণকাৰী ডকাইতিৰ...

এটা বিপদ যায়, আন এটা বিপদ আহে!

লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ল। ফলাফল ভাল হ'লেও আশা কৰাধৰণে চমকপ্ৰদ একো কৰি দেখুৱাব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। অসমতো তেনেকুৱাই হ'ল। এতিয়া৩ উপ-নিৰ্বাচন আৰু ২০২৬ৰ...

হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ড ভ্ৰমণৰ খৰচ বহন কৰিব অসম চৰকাৰে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এজন প্ৰভাৱশালী নেতা তাত কোনো সন্দেহ নাই। সেয়েহে বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ...

প্ৰায় ডেৰ দশকৰ অন্তত ঢাকাত সেনাৰ টেংকৰ তহলদাৰী

অধিক অশান্ত হৈ পৰিছে বাংলাদেশৰ আইন শৃংখলা পৰিস্থিতি। সংৰক্ষণবিৰোধী আন্দোলনত উত্তাল হৈ পৰিছে দেশখন। ক্ষুব্ধ ছাত্ৰৰ প্ৰতিবাদে ছানি পেলাইছে সমগ্ৰ দেশ। আন্দোলনকাৰী ছাত্ৰই চৰকাৰী...

পূৰ্ণগতিত চলিছে পেৰিছ অলিম্পিকৰ যো-জা

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ অলিম্পিকলৈ মাজত মাথোঁ ৫টা দিন। অলিম্পিক আয়োজনৰ বাবে পেৰিছ মহানগৰী হৈ উঠিছে সম্পূৰ্ণ সাজু। ইতিমধ্যে মহানগৰখনলৈ আৰম্ভ হৈছে বিভিন্ন দেশৰ...

Popular