দৈনিক বাতৰি

পেৰিছ অলিম্পিকৰ ৩২বিধ খেলৰ ১৬বিধত অংশ ল’ব ভাৰতে

১৯০০ চনৰ পৰা ২০২০। সুদীৰ্ঘ ১২০ বছৰীয়া ইতিহাসত ২৭খন অলিম্পিক গেমছত ভাৰতে অৰ্জন কৰিছে মাত্ৰ ৩৫টা পদক। ১০টা স্বৰ্ণ, ৯টা ৰূপ আৰু ১৬টা ব্ৰঞ্জ।...

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীত অসমৰ নিৰাশাজনক আৰম্ভণি

আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতা৷ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত আয়োজক অসমে নিৰাশাজনক আৰম্ভণি কৰিছে৷ অসমৰ ল’ৰাৰ দলে ঝাৰখণ্ডৰ বিৰুদ্ধে খেলা...

২০ বছৰীয়া খাদিজাক কোনে ক’লৈ লৈ গ’ল?

২০ বছৰীয়া খাদিজাক কোনে ক'লৈ লৈ গ'ল?বজাৰলৈ যাওঁ বুলি গৈ নিৰুদ্দেশ খাদিজা বেগমঅপহৰণৰ সন্দেহ পৰিয়ালৰ এইগৰাকী ২০ বছৰীয়া খাদিজা বেগম। কামৰূপৰ গৰৈমাৰীৰ খাদিজা কিছুদিন পূৰ্বে...

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটত ‘N’ ফেক্টৰ!

বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ দুই সহযোগী এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ হেঁচাত সেও মানিবলৈ বাধ্য হ’ল নৰেন্দ্ৰ মোদী চৰকাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে...

অসমে এটকাও নাপালে, পালে মাথোঁ সাহায্য প্ৰাপ্তিৰ আশ্বাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অষ্টলক্ষ্মী হিচাপে নামাকৰণ কৰিছিল উত্তৰ-পূৰ্বাঞ্চলক। এনেয়ে NDA চৰকাৰৰ নেতা-মন্ত্ৰীয়ে উত্তৰ-পূৱৰ উন্নয়নৰ দুৱাৰমুখ বুলি কয় অসমক। পিছে মুখত বৰ বৰ কথা,...

Popular