দৈনিক বাতৰি

নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হ’ব ‘৩৭০’?

নিৰ্বাচন ঘোষণাৰ পিছতে গৰম জম্ম-কাশ্মীৰৰ ৰাজনীতিনেচনেল কনফাৰেন্সৰ নিৰ্বাচনী ইছ্যু ‘৩৭০’বিধানসভাত প্ৰস্তাৱ ল’ব ‘৩৭০’ বাতিলৰ বিৰুদ্ধে ২০১৪ চনৰ পৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱা জম্মু-কাশ্মীৰত এতিয়া বলিছে...

শিৱসাগৰত থলগিৰি ৰাইজৰ গৰ্জন

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজশিৱসাগৰত থলগিৰি ৰাইজৰ গৰ্জনবহিৰাগত অপশক্তিক চূড়ান্ত সকীয়নিইয়াৰ পিছত আৰু নহ’ব গণতান্ত্ৰিক সংগ্ৰামবহিৰাগতৰ আগ্ৰাসনৰ বিৰুদ্ধে সোমবাৰে উত্তাল হৈ পৰিল ঐতিহাসিক শিৱসাগৰ চহৰ।...

মহানগৰীত সোমবাৰে বাহন চলাচলক লৈ নতুন নিৰ্দেশনা

মহানগৰীত সোমবাৰে বাহন চলাচলক লৈ নতুন নিৰ্দেশনা। চাইকেল ফেক্টৰীৰ ফ্লাই অভাৰৰ কামৰ সম্প্ৰসাৰণৰ বাবে পথ পৰিৱৰ্তন । বিৰুবাৰী তিনিআলি পইণ্টৰ পৰা বৰ্ষাপাৰা তিনিআলিলৈ হ’ব...

বিশ্বজুৰি প্ৰাদুৰ্ভাৱ ঘটিছে ভয়াৱহ মাংকী পক্স ভাইৰাছৰ

মাংকী পক্সৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱক লৈ শংকিত হৈ পৰিছে বিশ্ববাসী। জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে এই ভাইৰাছৰ সংক্ৰমণে। পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি বিশ্বস্বাস্থ্য সংস্থাই...

গুৱাহাটীত চৰ্চাত দুটা নতুন শব্দ- প্ৰ’টেক জেহাদ

গুৱাহাটীত শুকুৰবাৰৰ পৰা চৰ্চালৈ আহিছে দুটা নতুন শব্দ। প্ৰটে’ক জেহাদ। বিগত কেইবাটাও বছৰত গুৱাহাটীৰ বিভিন্ন স্থানত চৰকাৰী নীতি-নিয়ম উলংঘা কৰি, পিতনি পুতি গঢ়ি উঠিছে...

Popular