দৈনিক বাতৰি

পুনৰ উত্তপ্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ। চাকৰি নিয়মীয়াকৰণৰ লগতে ৰাষ্ট্ৰীয়কৰণৰ দাবীত দুদিন ধৰি ঢাকা সচিবালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ সময়তে দেওবাৰে নিশা এদল ছাত্ৰৰ মাজত সৃষ্টি...

গোৱালপাৰাৰ মাটিয়াত খিলঞ্জীয়ালৈ ভাবুকি

সংকটত খিলঞ্জীয়া। গোৱালপাৰাৰ মাটিয়াত খিলঞ্জীয়ালৈ ভাবুকি।অঞ্চলটোৰ বহু কৃষিভূমি বেদখলকাৰীৰ কবলত। শংকিত মাটিয়াবাসী। চৰকাৰী মুগা চোমনি বাগানৰ কাষৰ মাটি এতিয়া বেদখলকাৰীৰ কবলত। নিশাটোৰ ভিতৰতেই মাটি...

পবিত্ৰ ভাদ মাহ উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত সত্ৰ-নামঘৰ সমূহ

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। পবিত্ৰ ভাদ মাহ উপলক্ষে মাহযোৰা নামৰ আয়োজন। নামঘৰে নামঘৰে এগচি চাকি এখনি শৰাই নৈবেদ্য আগবঢ়াই গুৰুৰ চৰণত আশীষ ল'লে...

আজিও প্ৰতিবাদত উত্তাল ধিং

ধিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আৰু নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ধিংসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। কিশোৰীত জড়িত থকা তফাজ্জুল ইছমাইল নামৰ...

প্ৰধানমন্ত্ৰীৰ মুখত তিনিচুকীয়াৰ এখন গাঁৱৰ নাম

প্ৰধানমন্ত্ৰীৰ মুখত তিনিচুকীয়াৰ এখন গাঁৱৰ নাম। মোদীৰ ‘মন কী বাত’ত বাৰেকুৰীৰ হলৌ বান্দৰৰ প্ৰসংগ। বাৰেকুৰীবাসীক প্ৰশংসাৰে উপচালে প্ৰধানমন্ত্ৰীয়ে। চৰকাৰ–প্ৰশাসনৰ গুৰুত্ব নাথাকিলেও বিৰল প্ৰজাতিৰ এক প্ৰাণীৰ...

Popular