দৈনিক বাতৰি

পদ্মভূষণ সন্মানেৰে বিভূষিত যশস্বী সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামীক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পদ্মভূষণ সম্মানেৰে বিভূষিত যশস্বী সত্রীয়া নৃত্যশিল্পী যতীন গোস্বামীৰ গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত বাসভৱনত আজি উপস্থিত হৈ তেওঁ লাভ কৰা শেহতীয়া...

ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্রী ড° শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়িত হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পর্যালোচনা কৰে।...

ইলন মাস্কৰ শিক্ষাগত অৰ্হতা কি জানেনে? (Elon Musk’s educational qualifications)

টেছলা মটৰ্ছৰ CEO ইলন মাস্কে কানাডাৰ কুইনছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল যদিও পিছলৈ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ আমেৰিকালৈ গুচি আহি ব্যৱসায় আৰু পদাৰ্থ বিজ্ঞানত ডিগ্ৰী লাভ...

উত্তৰাখণ্ডত আজিৰে পৰা কাৰ্যকৰী UCC

উত্তৰাখণ্ডত আজিৰে পৰা কাৰ্যকৰী অভিন্ন দেৱানী বিধি। সলনি হ’ব বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় আইন। UCCৰ কাৰ্যকৰী হোৱা উত্তৰাখণ্ড দেশৰ ভিতৰতে প্রথমখন ৰাজ্য।...

পুনৰ গুৱাহাটী মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ গুৱাহাটী মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু। প্ৰেমিকৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। গান্ধীবস্তিৰ ভাড়াঘৰত উদ্ধাৰ মৃতদেহ। মৃত যুৱতীগৰাকী ধেমাজিৰ জন্মেশ্বৰী বসুমতাৰী বুলি চিনাক্ত। মৃতদেহ...

Popular