দৈনিক বাতৰি

বিজয়া দশমীৰ বাবে সাজু গুৱাহাটীৰ বিসৰ্জন ঘাট, লাচিত ঘাটত ৬০০ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা; পাণ্ডুত শান্তি-শৃংখলা বজাই ৰখা পূজা সমিতিৰ বাবে পুৰস্কাৰ ঘোষণা

কাইলৈ বিজয়া দশমী। দেৱী দুৰ্গাক বিদায় জনোৱাৰ অন্তিম ক্ষণত মহানগৰী গুৱাহাটীৰ বিভিন্ন বিসৰ্জন ঘাটত চলিছে ব্যাপক প্ৰস্তুতি। পাণ্ডু, কাছমাৰী, চূণচালি আৰু লাচিত ঘাটত দেৱীৰ...

দুৰ্গোৎসৱৰ প্ৰতিমা বিসৰ্জনক লৈ গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত নিষেধাজ্ঞা, জাৰি ডাইভাৰচন; অঞ্চলভেদে প্ৰতিমা কঢ়িওৱা বাহনৰ বাবে নিৰ্ধাৰিত পথ কি কি?

পৱিত্ৰ দুৰ্গোৎসৱ উপলক্ষে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত জনসাধাৰণৰ সুৰক্ষা আৰু সুচল যাতায়ত নিশ্চিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত বিশেষ যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যান-বাহন...

‘মোক হত্যা, গ্ৰেপ্তাৰ অথবা নিৰ্যাতন কৰিলেও উভতি যাম…’; বাংলাদেশলৈ উভতি যাবলৈ সাজু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

ডিচেম্বৰৰ ভিতৰত স্বদেশলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে, বিপদৰ আশংকা থাকিলেও তেওঁ উভতি যাবলৈ সাজু। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সোমবাৰে...

বিশ্ব বেংক গোটৰ প্ৰথম ডিজিটেল কৌশল মুকলি; কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেটৰ সুবিধা আৰু কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্ব

বিশ্ব বেংক গোটে প্ৰথমবাৰৰ বাবে এক বিস্তৃত ডিজিটেল কৌশল মুকলি কৰিছে। এই কৌশলত কৃত্ৰিম বুদ্ধিমত্তা (AI), সুলভ মূল্যত ইণ্টাৰনেটৰ সুবিধা আৰু কৰ্মসংস্থাপন সৃষ্টিক উন্নয়নমূলক...

ভাৰত–নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী; ভাৰতীয় সামগ্ৰীৰ ১০০ শতাংশ ৰপ্তানিত শুল্কমুক্ত সুবিধা, ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য

বিজয়া দশমীৰ পৱিত্ৰ উপলক্ষে আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি (Free Trade Agreement বা FTA) কাৰ্যকৰী হৈছে। এই চুক্তিৰ ফলত নিউজিলেণ্ডৰ বজাৰত...

Popular