দৈনিক বাতৰি

দিল্লীত উত্তৰ-পূবৰ যুৱকক বৰ্ণবৈষম্যমূলক অপমান, ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি প্ৰতিক্ৰিয়া; ‘চিংকি’, ‘চাইনিজ’ বুলি উপহাসৰ অভিযোগ, অভিযুক্তক কঠোৰ শাস্তিৰ দাবী কিৰেন ৰিজিজুৰ

ৰাজধানী দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱকৰ বিৰুদ্ধে পুনৰ বৰ্ণবৈষম্যমূলক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। দিল্লীৰ কণ্টেণ্ট ক্ৰিয়েটৰ তথা ইউটিউবাৰ আমিৰ শ্বকিনৰ বিৰুদ্ধে ত্ৰিপুৰাৰ এজন যুৱকক শাৰীৰিকভাৱে অপদস্থ...

বিয়াৰ খৰচ উলিয়াবলৈ চেইন চুৰিত নামিল প্ৰেমিক যুগল, হায়দৰাবাদত ৬৫ বছৰীয়া মন্দিৰ কৰ্মচাৰীক লুটি গ্ৰেপ্তাৰ দুয়ো

বিবাহৰ বাবে ধন যোগাৰ কৰিবলৈ সোণৰ চেইন কাঢ়ি নিয়াৰ অভিযোগত অন্ধ্ৰপ্ৰদেশৰ এহাল প্ৰেমিক-প্ৰেমিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হায়দৰাবাদৰ মালকাজগিৰি অঞ্চলৰ অন্তৰ্গত বনস্থলীপুৰম আৰক্ষীয়ে ৬৫ বছৰীয়া...

ফেচবুক ব্যৱহাৰকাৰীৰ তথ্যৰ গোপনীয়তা ৰক্ষাত গাফিলতিৰ অভিযোগ; Metaক ২৫০০ কোটি ডলাৰ জৰিমনা

আমেৰিকাৰ নিউ মেক্সিকো ৰাজ্যৰ এখন আদালতে ফেচবুক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ দাবী কৰাৰ অভিযোগত Metaক ২৫০০ কোটি ডলাৰ জৰিমনা বিহাৰ নিৰ্দেশ দিছে।...

এছিয়ান পেৰা গেমছত শীতল দেৱী আৰু টোমান কুমাৰৰ স্বৰ্ণ জয়; বিশ্ব অভিলেখ গঢ়ি কম্পাউণ্ড মিক্সড টীম আৰ্চাৰীত ভাৰতৰ ১৬সংখ্যক স্বৰ্ণ পদক

এছিয়ান পেৰা গেমছৰ চতুৰ্থ দিনা ভাৰতৰ হৈ উজলি উঠিছে তাৰকা আৰ্চাৰী খেলুৱৈ শীতল দেৱী আৰু টোমান কুমাৰ। কম্পাউণ্ড মিক্সড টীম আৰ্চাৰীৰ ফাইনেলত ইণ্ডোনেছিয়াক পৰাস্ত...

হেকাৰৰ কবলত দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া, ৩,৮৯৭ গ্ৰাহকৰ তথ্য ডাৰ্ক ৱেবত ফাদিল!

দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)ৰ গ্ৰাহকৰ ব্যক্তিগত তথ্য ফাদিলৰ ঘটনাই দেশজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। ডাৰ্ক ৱেবত উপলব্ধ তথ্যৰ প্ৰাথমিক পৰীক্ষাত...

Popular