দৈনিক বাতৰি

PFIৰে জড়িত AIUDF নেতা ফৰহাদ আলীক গ্ৰেপ্তাৰ!

PFIৰ সৈতে সম্পৰ্ক ওলাইছে AIUDFৰ। আৰক্ষীৰ জালত PFIৰ নেতা ফাৰহাদ আলী আহমেদ। ধৃত ফাৰহাদ PFIৰ ৰাজ্যিক মিডিয়া তত্বাবধায়ক। AIUDFৰ বৰপেটা জিলাৰ সম্পাদকৰ দায়িত্বত আছে...

নিষিদ্ধ হ’ব PFI! গৃহ মন্ত্ৰণালয়ে শীঘ্ৰে ল’ব পাৰে কঠোৰ পদক্ষেপ

শীঘ্ৰেই নিষিদ্ধ হ’ব পাৰে পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া! NIAৰ সঞ্চালকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বৈঠক সমাপ্ত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হৈছিল এই...

দেশজুৰি PFIৰ ১০০ৰো অধিক নেতা-কৰ্মীক গ্ৰেপ্তাৰ!

পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া (PFI)ৰ বিৰুদ্ধে দেশজুৰি অভিযানদেশৰ বিভিন্ন স্থানত NIA আৰু EDৰ যৌথ অভিযানPFIৰ বিৰুদ্ধে প্ৰথমটো তীব্ৰ অভিযান তদন্তকাৰীৰ সংস্থাৰদেশজুৰি PFIৰ ১০০ৰো অধিক...

কাইলৈ গুৱাহাটীৰ কেইবাটাও পথত যান-বাহনৰ চলাচল বন্ধ

যান বাহন আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেলবৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰবৃহস্পতিবাৰে লোকমন্থনত অংশগ্ৰহন কৰিব উপ ৰাষ্ট্ৰপতিয়েবৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত নিৰ্দেশনাৰাষ্ট্ৰীয়...

দিল্লীত সমষ্টি উন্নয়নৰ কেই‍বাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিল গগৈয়ে

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ অখিল গগৈৰমুখ্যমন্ত্ৰীৰ পৰা সমষ্টি উন্নয়নৰ কেই‍বাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিলেসাধাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব শিৱসাগৰৰ প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয়থাওৰা-শিৱসাগৰৰ মাজত স্থাপন হ’ব মেডিকেল...

Popular