কিয় চাইকেলেৰে চলাথ কৰিছে অসম, নৱজ্যোতি শইকীয়াৰ উদ্দেশ্য কি?

চেল্যুট টু দা ৰিয়েল হিৰো শ্লোগানেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা নৱজ্যোতি শইকীয়াৰ । স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু প্ৰকৃতি সংৰক্ষকক শ্ৰদ্ধা জনাই শিৱসাগৰৰ পৰা চাইকেলৰে ৪০ দিন অসম ভ্ৰমণ কৰে লক্ষ্য নৱজ্যোতি শইকীয়াৰ। ব্ৰহ্মপুত্ৰ পৰিক্ৰমা নামেৰে কাৰ্য্যসূচীৰে আজি বকোত উপস্থিত হয় নৱজ্যোতি শইকীয়া। সাহসী নৱজ্যোতিক শুভকামনা বিভিন্নজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...