৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন, মঙলদৈত হোৰাহোৰে বাঢ়িছে ক’ভিড

মঙলদৈত উদ্বেগজনকভাবে বৃদ্ধি পাই আছে কৰ’ণা ৰোগীৰ সংখ্যা। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কণ্টেইনমেণ্ট জন ঘোষণা। বিদ্যালয়খনৰ ৮জন ছাত্ৰৰ দেহত ধৰা পৰিছে কৰ’ণা পজিটিভ। সোমবাৰে এজন ছাত্ৰৰ দেহত কৰ’ণা সংক্ৰমণ ধৰা পৰাৰ পিছত মঙলবাৰে আন ৩৯গৰাকী ছাত্ৰৰ কভিড পৰীক্ষা কৰোৱা হয়। ৩৯গৰাকীৰ ভিতৰত পুনৰ ৭গৰাকীৰ দেহত ধৰা পৰে কৰ’ণাৰ সংক্ৰমণ। ৭ দিনৰ বাবে বিদ্যালয়খন কণ্টেইনমেণ্ট জন ঘোষণা কৰে। আনহাতে, আজিৰ দিনটোত দৰঙত ১৪৭গৰাকীৰ দেহত ধৰা পৰে কৰ’ণা পজিটিভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...