উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ ক’ভিডত আক্ৰান্ত

হোজাই জিলাত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ হোজাই জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ ক’ভিডত আক্ৰান্ত হৈছে৷ কিছুদিন পূৰ্বে আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ ক’ভিডত আক্ৰান্ত হৈছিল৷ আজিৰ দিনত ৭৬১জনৰ কভিড পৰীক্ষা কৰোৱা হৈছিল, তাৰে ১০৯জনৰ শৰীৰত ধৰা পৰিছে ক’ভিড ভাইৰাছ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...