দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ

শুকুৰবাৰৰ তুলনাত দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ
২৪ ঘণ্টাত দেশত সংক্ৰমিত ৩ লাখ ৩৭ হাজাৰ লোক
শুকুৰবাৰৰ তুলনাত এই সংখ্যা ২.৭ শতাংশ কম
সক্ৰিয় ক’ভিড আক্ৰান্তৰ হাৰ হৈছে ৫.৪ শতাংশ
দেশত অমিক্ৰনৰ সংক্ৰমণৰ উদ্বেগজনকভাৱে বৃদ্ধি
দেশত অমিক্ৰন সংক্ৰমিতৰ সংখ্যা ১০হাজাৰ ৫০লৈ বৃদ্ধি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...