দেশত অব্যাহত আছে ক’ভিডৰ ভয়াৱহ সংক্ৰমণ!

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২ লাখ ৭১ হাজাৰ ২০২জন। শনিবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২,৩৬৯ জনলৈ। ইয়াৰ বিপৰীতে সমগ্ৰ দেশতে একেদিনাই প্ৰাণ হেৰুৱাইছে ৩১৪জন আক্ৰান্ত।

বিগত ২৪ ঘণ্টাত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ১ লাখ ৩৮ হাজাৰ ৩৩১জন। সম্প্ৰতি দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫ লাখ ৫০ হাজাৰ ৩৭৭জন। দৈনিক পজিটিভিটিৰ হাৰ হৈছে ১৬.২৮ শতাংশ। ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে অ’মিক্ৰনৰ সংক্ৰমণো। বৰ্তমান দেশত অ’মিক্ৰন সংক্ৰমিত লোকৰ সংখ্যা ৭ হাজাৰ ৭৪৩জন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...