কিহৰ ভিত্তিত ভুৱা নথি দিয়া বুলি ক’লে আৰক্ষীয়ে? এইবাৰ হাই ক’ৰ্টৰ দ্বাৰস্থ হ’ল কনিষ্টবল চাকৰিৰ ‘বঞ্চিত’ প্ৰাৰ্থী

আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়াত ভুৱা নথিপত্ৰ দিয়াৰ অভিযোগৰ পিছতে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল বঞ্চিত প্ৰাৰ্থী। মুঠ ৪১৪ প্ৰাৰ্থীয়ে ভুৱা নথি পত্ৰ দিয়া বুলি কৈছিল আৰক্ষীৰ শীৰ্ষ বিষয়াই। কিহৰ ভিত্তিত এই কথা ক’লে আৰক্ষীয়ে?
আৰক্ষীক প্ৰশ্ন প্ৰাৰ্থীৰ অধিবক্তাৰ। অহা বৃহস্পতিবাৰে অসম আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব লাগিব। কিহৰ ভিত্তিত অসম আৰক্ষীয়ে নথিপত্ৰ চিহ্নিত কৰিলে? WP(C) 3175 /22 গোচৰৰ ভিত্তিত শুনানি উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে, ১২ মে’ত ফলাফল ঘোষণা কৰিছিল কনিষ্টবল নিযুক্তি পৰীক্ষাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...