মাজুলীৰ উপ-নিৰ্বাচনত AJPক সহায় কৰিব কংগ্ৰেছে

৫ সমষ্টিৰ উপ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ দায়িত্ব স্বীকাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ। জয়ৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন জনাই ভূপেন বৰাই। নিৰ্বাচনত ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বৰাৰ। শোচনীয় পৰাজয়ৰ পিছত ভূপেন বৰাৰ মন্তব্য মহাজোঁট ভংগৰ সিদ্ধান্ত শুদ্ধ আছিল। মহাজোঁট ভংগৰ উপ-নিৰ্বাচনত প্ৰভাৱ পেলোৱা নাই বুলি দাবী বৰাৰ। মাজুলীৰ উপ-নিৰ্বাচনত AJPক কংগ্ৰেছে সহায় কৰিব বুলি ঘোষণা। আগলৈ কংগ্ৰেছে অসমত অকলেই নিৰ্বাচন খেলিব বুলি মন্তব্য APCC সভাপতিজনৰ। ৰাইজৰ দলে উপ-নিৰ্বাচনত কংগ্ৰেছক কোনো ক্ষতি কৰা নাই বুলিও দাবী বৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...