কয়লাখনিত গেছ নিৰ্গত হৈ দুজনৰ মৃত্যু, ৭জন আৱদ্ধৰ আশংকা

ভয়ংকৰ ঘটনা। নাগিনীমৰা ইংলক থানা অন্তগৰ্ত লাইনছিলিপত অঘটন। কয়লাজুলত কয়লা খনন কৰি থকা অৱস্থাত গেছ নিৰ্গত হৈ ৭ জন শ্ৰমিকৰ অৱস্থা সংকটজনক। তাৰে দুজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। অসুস্থ অৱস্থাত শ্ৰমিককেইজনক উন্নত চিকিত্সাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীলৈ ৰাওনা হৈছে প্ৰশাসনৰ লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...