কাছাৰত গ্ৰেপ্তাৰ কুখ্যাত কয়লা মাফিয়া চাৰিমুল হকক

  • কাছাৰৰ কাটিগড়াত গ্ৰেপ্তাৰ কুখ্যাত কয়লা মাফিয়া
  • কয়লা মাফিয়া চাৰিমুল হকক গ্ৰেপ্তাৰ আৰক্ষীৰ
  • চাৰিমুলৰ লগতে গ্ৰেপ্তাৰ আন ছজন কয়লা ব্যৱসায়ীক
  • পুৱতি নিশা কালাইন বাৰৈতলীত গ্ৰেপ্তাৰ কয়লা মাফিয়াকেইজনক
  • দীৰ্ঘদিন ধৰি মেঘালয়ৰ পৰা সৰবৰাহ কৰি আহিছিল কয়লা
  • কাটিগড়া থানাত জেৰা থকা হৈছে কয়লা মাফিয়াকেইজনক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...