মই CM হৈ থকালৈকে বৰঝাৰ বিমানবন্দৰৰ নাম সলনি কৰিব নিদিওঁ : হিমন্ত বিশ্ব

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াক লৈ বিতৰ্কৰো সৃষ্টি হৈছে ইতিমধ্যে। বুধবাৰে বিতৰ্কিত বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে প্ৰতিক্ৰিয়া। কোনো কাৰণত নাম সলনি নহয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ। আদানী গ্ৰুপক চোৱাচিতাৰ দায়িত্ব দিয়া বিমান বন্দৰটোৰ নাম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে সলনি কৰিবলৈ নিদিয়ে বুলি জনাইছে মুখ্যমন্ত্ৰীজনে। উল্লেখ্য যে, আদানী গ্ৰুপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ দায়িত্ব লোৱাৰ পিচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...