মুখ্যমন্ত্ৰীক কইনা বিচাৰি দিবলৈ অনুৰোধ যুৱকৰ

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ টুইট। যুৱক এজনে মুখ্যমন্ত্ৰীলৈ উদ্দেশি কৰিছে এই টুইট। এইবাৰ কইনা বিচাৰি মুখ্যমন্ত্ৰীক টুইট কৰিলে এজন যুৱকে। শেহতীয়াকৈ নৱজিৎ ৰায় (@Nabajitray) নামৰ টুইটাৰ একাউণ্টটোৰ পৰা মুখ্যমন্ত্ৰীলৈ টেগ কৰি এটা টুইট কৰা হৈছিল। টুইটটোত লিখিছিল – ‘মামা, মই এজন বিশেষভাৱে সক্ষম লোক। এজনী ছোৱালী চাই দিয়ক।’

সধাৰণতে সামাজিক মাধ্যমত প্ৰায় সক্ৰিয় হৈ থকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্তৰ লগতে বিভিন্ন তথ্য ছচিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহুলোকে বিভিন্ন সমস্যাত মুখ্যমন্ত্ৰীলৈ টেগ কৰি টুইট কৰে, সেই টুইটসমূহৰ উত্তৰ দি সমস্যাৰ সমাধানো প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ নৱজিৎ ৰায় নামৰ যুৱক জনৰ টুইটৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৰিটুইট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিলে – ‘Will try my best. Send me your details’।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...