নগাঁৱত ‘আৰক্ষী’ৰ গৃহত ‘আৰক্ষী’ৰ অভিযান

নগাঁৱত আৰক্ষীৰ আবাসত মহানগৰ আৰক্ষীৰ অভিযান। নগাঁও আৰক্ষী ছাউনীত অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে। আৰক্ষী উপ-পৰিদৰ্শক বৰ্ণালী বৰাৰ আবাসগৃহত অভিযান চলালে মহানগৰ আৰক্ষীৰ এটা দলে। ৰে’লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰোৱাতিৰ পত্নী বৰ্ণালী বৰা। মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ৫০লাখ টকাৰ সোণৰ সৈতে সম্পৰ্ক আছিল বদ্ৰীপ্ৰসাদ বাৰুৱাতিৰ। গুৱাহাটী ৰে’লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত বদ্ৰীপ্ৰসাদ। গুড লাক কোৰিয়াৰত কৰ্মৰত মনোজ শ্বাহ নামৰ এজনক লগত লৈ অভিযান চলালে মহানগৰ আৰক্ষীয়ে। বদ্ৰীপ্ৰসাদ বাৰুৱাতিৰ পত্নী উপ-পৰিদৰ্শক বৰ্ণালী বৰাৰ চৰকাৰী আৱাসৰ পৰা বহু পৰিমাণৰ ধন জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে। বিকানেৰ জেমছ এণ্ড জুয়েলাৰীৰ স্বতাধিকাৰৰ পুত্ৰ ৰাম অৱতাৰ মনিহাৰক সোধপোছৰ বাবে আটক কৰিছে মহানগৰ আৰক্ষীয়ে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...