আমোলাই ছুটীৰ অনুমোদন ল’ব লাগিব মুখ্যমন্ত্ৰীৰ পৰা

শীৰ্ষ আমোলাক নিয়ন্ত্ৰণৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ
আমোলাই ছুটীৰ অনুমোদন ল’ব লাগিব মুখ্যমন্ত্ৰীৰ পৰা
বিভাগীয় মুৰব্বীকো ছুটী দিব মুখ্যমন্ত্ৰীয়ে
ৰাজ্যৰ বাহিৰলৈ গ’লেও অনুমতি ল’ব লাগিব মুখ্যমন্ত্ৰীৰ
প্ৰধানসচিব, আয়ুক্ত সচিব, সচিব আদিয়ে ল’ব লাগিব অনুমতি
কৰ্মচাৰী বিভাগে জাৰি কৰিলে এই সন্দৰ্ভত এক নিৰ্দেশনা
পূৰ্বৰ বহু গুৰুত্বপূৰ্ণ বৈঠকত আমোলা অনুপস্থিত থকাৰ অভিযোগ
ক্ষুব্ধ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ল’লে এই পদক্ষেপ

NKTV Digital
Author: NKTV Digital

226 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...