ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১৫ জনকৈ লোক

দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। চত্তীশগড়ৰ দুৰ্গত ভয়াৱহ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত এইপৰ্যন্ত নিহত ১৫ জন। দুৰ্ঘটনাত আহত ১২জনৰো অধিক। মঙলবাৰে প্ৰায় নিশা ৮.৩০ সংঘটিত এই শোকাৱহ দুৰ্ঘটনা। এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মীক কঢ়িয়াই নিছিল বাছখনে। নিয়ন্ত্ৰণ হেৰুৱাই ৪০ ফুট দ খাৱৈত পৰি যায় বাছখন। ‘মুৰুং’ বালিখনিত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী বিষ্ণু দেউ ছাইৰ শোক প্ৰকা। প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতিৰো ঘটনাক লৈ শোক প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...