SPৰ চহী জাল কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

SPৰ চহী জাল কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান। গৃহৰক্ষী জোৱানজনৰ নাম চন্দ্ৰ বৰগোঁহাই। ঋণ লোৱাৰ বাবে SPৰ চহী জাল কৰিছিল চন্দ্ৰ বৰগোহাঁয়ে। গুৱাহাটীৰ চিটী চেন্টাৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ চন্দ্ৰ বৰগোঁহাইক। বৰ্তমান শদিয়া থানালৈ লৈ যোৱা হৈছে চন্দ্ৰ বৰগোঁহাইক। শদিয়াৰ আৰক্ষী অধীক্ষকৰ চহী জাল কৰিছিল গৃহৰক্ষী জোৱানজনে ।মৃণাল ডেকা আছিল শদিয়াৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত। মৃণাল ডেকা বৰ্তমান DCP হিচাপে কৰ্মৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...