কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে লগতে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত উত্তম শুভ সংবাদ লাভ হ’ব, বিদ্যাৰ্থী সকলৰ শুভ হ’ব, যদিও আজি আপোনাৰ মনত সামান্য আনন্দ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হ’ব, কৰ্মব্যস্ততা বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হ’ব, শুভ সংবাদ লাভ হ’ব, লগতে ঘৰত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ’ব, বন্ধুৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য বিষণ্ণতাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সজাগ নহ’লে সামান্য কষ্ট পাব পাৰে, সজাগ নহ’লে সামান্য মিছা অপবাদ পাব পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হ’ব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ হ’ব, আত্মীয়ৰ আগমন হ’ব, লগতে কৰ্মত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰাৰ মনোভাৱ বাঢ়িব, কৰ্মত ন্যায় লাভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হ’ব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধনৰ আগমন ঘটিব, মনত শান্তিভাৱ বাঢ়িব যদিও আজি আপুনি বিবাদৰ পৰা আঁতৰি থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...