ভুৱন পাহাৰৰ শিৱ মন্দিৰত পূজা দিবলৈ গৈ প্ৰাণ গ’ল বিক্ৰমৰ

কেৱল ৰাজ্যই নহয়, দেশজুৰি শিৱৰাত্ৰিৰ আয়োজন কৰা হয়। দেশৰ লগতে নেপাল আৰু প্ৰবাসী হিন্দু লোকসকলে শিৱৰাত্ৰিৰ আয়োজন কৰে

তাৰ মাজতে কাছাৰত অঘটন সংঘটিত হৈছে।

ভুৱন পাহাৰৰ শিৱ মন্দিৰত পুজা দিবলৈ গৈ মৃত্যু হয় এজন তীৰ্থযাত্ৰীৰ ৷

মৃত যুবকজনৰ নাম বিক্ৰম পাল ৷ মঙলবাৰে পুৱতি নিশা মৃত্যু ঘটে যূৱকজনৰ ৷

শস্ত্ৰীক ভুবন তীৰ্থলৈ গৈছিল যুৱকজন ৷ হৃদৰোগত আক্ৰান্ত হৈ বিক্ৰমৰ মৃত্যু ঘটিছে ৷

মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...