কাৰোবাক ‘মিঞা-টিঞা’, ‘পাকিস্তানী’ বুলি কোৱাটো অপৰাধ নহয়: উচ্চতম ন্যায়ালয়

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে, কাৰোবাক ‘মিঞা-টিঞা’ বা ‘পাকিস্তানী’ বুলি কোৱাটো দুৰ্বল ৰুচিৰ হ’ব পাৰে যদিও ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অপৰাধৰ সমান নহয়। ন্যায়াধীশ বি ভি নাগাৰথ্না আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে এই ৰায় দিয়ে।

এজন চৰকাৰী কৰ্মচাৰীক ‘পাকিস্তানী’ বুলি কোৱাৰ অভিযোগত অভিযুক্ত এজন লোকৰ বিৰুদ্ধে চলি থকা এটা গোচৰত এই ৰায় দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান; তামাৰহাট-পৰ্বতঝোৰাত আটক ৫ ড্ৰাগছ সৰবৰাহকাৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত আৰু ধুবুৰীৰ তামাৰহাটত নিশা পৃথকে...

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...