কাছাৰত চাঞ্চল্যকৰ ডকাইতি, লুটি নিলে নগদ ধন, আ-অলংকাৰ

  • কাছাৰৰ কাটিগড়াত চাঞ্চল্যকৰ ডকাইতি
  • প্ৰাক্তন সেনা জোৱানৰ ঘৰত ডকাইতৰ লুটপাত
  • বন্দুকধাৰী ডকাইতৰ দলে লুটি নিলে নগদ ধন, আ-অলংকাৰ
  • কাজল সেন নামৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ ঘৰত ডকাইতি
  • মুখত ক’লা কাপোৰ বান্ধি সশস্ত্ৰ ডকাইতৰ লুটপাত
  • ঘৰৰ গ্ৰীলৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ ডকাইতৰ
  • গৃহস্থক হাত-ভৰি বান্ধি লুটপাত ৭ জনীয়া ডকাইতৰ লুটপাত
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...