সলনি হ’ব পাৰে BTRৰ ৰাজনৈতিক দৃশ্যপট!

সলনি হ’ব পাৰে দিছপুৰ আৰু BTRৰ ৰাজনৈতিক দৃশ্যপট। শাসকীয় বিজেপি আৰু বিপিএফৰ মাজত চলিছে ধাৰাবাহিক বৈঠক। তিনিটা সূত্ৰক আধাৰ হিচাপে লৈ আগবাঢ়িছে আলোচনা। মুখ্যমন্ত্ৰীৰ মন্ত্ৰণা লৈ হাগ্ৰামাৰ সৈতে বৈঠকত মিলিত হৈছে বিজেপিৰ দুই নেতা।

BJP-BPFৰ মাজত চলিছে গোপন অংক
তিনিসূত্ৰলৈ আগবাঢ়িছে BTRৰ ৰাজনীতি
মুখ্যমন্ত্ৰীৰ বিশ্বাসী নেতাৰে হাগ্ৰামাৰ ধাৰাবাহিক বৈঠক
সূত্ৰ মিলিলেই সলনি হ’ব ৰাজ্য তথা BTRৰ ৰাজনৈতিক দৃশ্যপট
BJP-BPFৰ মাজত গোপন অংক
তিনিটা সূত্ৰৰে BJP-BPFৰ আলোচনা
BTRত পুনৰ সংখ্যাগৰিষ্ঠতাৰ দাবী BPFৰ
গোপন বেলটত ভোট হ’লে জিকিব BPF
BPFএ বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ
BJPৰ প্ৰস্তাৱ হাগ্ৰামা মহিলাৰী বিধানসভালৈ আহক
উপ-নিৰ্বাচন খেলি দিছপুৰলৈ আহক হাগ্ৰামা
BPFয়েও দিছে BJPক প্ৰস্তাৱ
BTR প্ৰধানৰ পৰা প্ৰমোদ বড়োক সলনি কৰিব লাগে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।AICCএ ঘোষণা কৰিলে নতুন...

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে...

অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তপ্ৰথমখন অধিৱেশনতে উত্থাপন কৰা...

কাছাৰৰ জিৰিঘাট আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ...