সোণালী জয়ন্তী উৎসৱ আৰু গ্ৰন্থমেলাৰ বিশাল আয়োজন

বৃহস্পতিবাৰৰ পৰা ৬ মাৰ্চলৈ মৰিগাঁও জিলাৰ ভূৰবন্ধা শাখা সাহিত্য সভাৰ উদ্যোগত ‘সোণালী জয়ন্তী উৎসৱ’ আৰু ‘গ্ৰন্থমেলা’ৰ আয়োজন কৰা হৈছে। ভাষা-সাহিত্যৰ অন্যতম ধ্বজাবাহক উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অন্যতম সক্রিয় শাখা মৰিগাঁও জিলাৰ ভূৰবন্ধা শাখা সাহিত্য সভা। ভূৰবন্ধা শাখা সাহিত্য সভাই এইবেলি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। তদুপলক্ষে ১৮, ১৯, ২০ আৰু ২১ ফাগুন ১৪২৮ ভাস্কৰাব্দ (ইং- ৩, ৪, ৫ আৰু ৬ মার্চ, ২০২২)ত ৪ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ‘সোণালী জয়ন্তী উৎসৱ’ আৰু ‘গ্ৰন্থমেলা’ৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ভূৰবন্ধা শাখা সাহিত্য সভা সভাপতি মঙলো বৰা সম্পাদক ৰবিন ডেকাৰ লগতে আয়োজক সমিতিয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...