হঠাৎ অসুস্থ হৈ পৰিছে এল কে আদৱানী

হঠাৎ অসুস্থ হৈ পৰিছে এল কে আদৱানী। এপল’ হাস্পতালত ভৰ্তি আদৱানীক। চিকিৎসকৰ মতে বৰ্তমান সংকটমুক্ত আদৱানী। চিকিৎসকৰ পৰ্যবেক্ষণত জ্যেষ্ঠ ৰাজনীতিবিদজন। কিছুদিন পূৰ্বে এইমছত চিকিৎসাধীন আছিল এল কে আদৱানী। ২৭ জুনত ৰিলিজ দিয়া হৈছিল এইমছৰ পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ মমতাজ বেগম,”মোক মোৰ মা লাগে মাথোঁ, ৰাজনীতি নালাগে”। মমতাজ বেগমক লৈ পুত্ৰৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ মমতাজ বেগমৰ সন্ধানহীনতাক লৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।...

কৃষি কৰ্মৰে স্বাৱলম্বী কাৰ্বি-আংলঙৰ লংকী ডেৰানিজে। স্বাৱলম্বী হৈ আন ১০ যুৱককো দিছে সংস্থাপন

কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সঠিক পৰিকল্পনাৰে কৃষি কৰ্মৰ জৰিয়তে...

এছিয়ান গেমছত স্বর্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গল্ফাৰ হিচাপে ইতিহাস ৰচিলে ২৩ বছৰীয়া প্ৰণৱী উৰ্ছই

এছিয়ান গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত। আইচি-নাগোয়া এছিয়ান গেমছত ইতিহাস...