মীনা হাজৰিকাক ভাৰতীয় জনতা পাৰ্টীৰ পৰা বহিষ্কাৰ। ঢকুৱাখনা নগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী মীনা হাজৰিকাক বিজেপিৰ পৰা বহিষ্কাৰ। বিজেপিৰ মহিলা মৰ্চা ঢকুৱাখনা জিলাৰ উপ-সভানেত্ৰী আছিল মীনা হাজৰিকা।
ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ছবছৰৰ বাবে দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছে মীনা হাজৰিকাক। দলীয় অনুশাসন ভংগৰ অভিযোগ মীনা হাজৰিকাৰ বিৰুদ্ধে। ঢকুৱাখনা নগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী মীনা হাজৰিকাক ভাৰতীয় জনতা পাৰ্টীৰ পৰা বহিষ্কাৰ।