উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ CLEAN SWEEP

গোসাঁইগাঁৱত বৃহৎ ব্যৱধানত জয়ী জিৰণ বসুমতাৰী
২৮,৩৬৬টা ভোটত জয় লাভ UPPLৰ প্ৰাৰ্থীজনৰ
জিৰণ বসুমতাৰীয়ে লাভ কৰে ৫৮,২৭৮টা ভোট
কংগ্ৰেছ প্ৰাৰ্থীজনে লাভ কৰিছে ২৪,০৬৪টা ভোট
…………….
ভৱানীপুৰত ফণীধৰ তালুকদাৰৰ জয়লাভ
২৫,৬৪১টা ভোটৰ ব্যৱধানত জয়ী বিজেপি প্ৰাৰ্থীজন
ফণীধৰ তালুকদাৰে লাভ কৰে ৬৪,২০০টা ভোট
দ্বিতীয় স্থানত কংগ্ৰেছৰ শৈলেন্দ্ৰনাথ দাস
শৈলেন্দ্ৰনাথ দাসে ভোট পাইছে ৩৮,৫৫৯টা
……………..
মৰিয়নীত বিপুল ভোটত জয়লাভ ৰূপজ্যোতি কুৰ্মীৰ
অন্তিম ৰাউণ্ডত ৰূপজ্যোতিৰ ৫৫,৩৩৭টা ভোট লাভ
কংগ্ৰেছৰ লোহিত কোঁৱৰে লাভ কৰে ১৫,৩২২টা ভোট
তৃতীয় স্থানত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ
ৰাইজৰ দলৰ প্ৰাৰ্থীজনে লাভ কৰে ১৫,১৪৯টা ভোট
………………………..
থাওৰাত বিজেপিৰ সুশান্ত বৰগোহাঁইৰ বৃহৎ জয়
৩০ হাজাৰ ৫৬১টা ভোটৰ ব্যৱধানত জয়লাভ
সুশান্ত বৰগোহাঁয়ে লাভ কৰে ৫৪ হাজাৰ ৯৫৬টা ভোট
ৰাইজৰ দলৰ ধৈৰ্য্য কোঁৱৰৰ ২৪ হাজাৰ ৩৯৫টা ভোট লাভ
কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰৰ ৫ হাজাৰ ৮৯২টা ভোট লাভ
………………………..
তামুলপুৰত UPPL প্ৰাৰ্থী জলেন দৈমাৰীৰ জয়লাভ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...