নাবাঢ়ে কাপোৰৰ দাম, দেশজোৰা প্ৰতিক্ৰিয়াৰ পিছত গা লৰিল চৰকাৰৰ

দেশত বৃদ্ধি নাপায় কাপোৰৰ দাম। কৃষি আইনৰ পিছত কাপোৰৰ GST বৃদ্ধি নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। জিএছটি পৰিষদে শুকুৰবাৰে জিএছটি পৰিষদৰ বৈঠকত বস্ত্ৰৰ ওপৰত বৰ্ধিত কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিছে। ৫ শতাংশৰ পৰা প্ৰস্তাৱিত ১২ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত পিছুৱাই দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল জিএছটি পৰিষদৰ ৪৬সংখ্যক বৈঠক। এই বৈঠকত বৃদ্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ সিদ্ধান্তৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...