মেট্ৰিক, উচ্চতৰ মাধ্যমিকত এতিয়াৰে পৰা নাথাকিব স্থানপ্ৰাপ্ত

মেট্ৰিক পৰীক্ষাৰ পূৰ্বে বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। মেট্ৰিক, উচ্চতৰ মাধ্যমিকত এতিয়াৰে পৰা নাথাকিব স্থানপ্ৰাপ্ত। আগন্তুক শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী হ’ব এই ব্যৱস্থা। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰে যে স্থানপ্ৰাপ্তৰ ব্যৱস্থাত নাই কোনো চৰকাৰী মান্যতা। আৰু মান্যতা নথকা বিষয় এটা ৰখাৰ প্ৰয়োজন ক’ত বুলি প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ। আনফালে তেওঁ কয় যে এই ব্যৱস্থাই বহুতক উৎসাহিত কৰিলেও, বহুতকে নিৰুৎসাহিত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...