গুৱাহাটীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সংবাদমেল
’২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী
‘অসমত ২৪৮টা কাম ১ লাখ কোটি টকা খৰচেৰে কৰি থকা হৈছে’
‘গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ কাম আৰম্ভ হ’ব জানুৱাৰীত’
‘কলিয়াবৰৰ পৰা নুমলীগড়লৈ ৩৫ কিঃমিঃ হ’ব এলিভেটেড ৰোড’
‘৭,৭০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব এই এলিভেটেড ৰোড’
গুৱাহাটী মহানগৰীত কামাখ্যালৈ নিৰ্মাণ হ’ব ৰ’প ৱে’ : গাডকাৰী
অসমৰ পথ উন্নয়নৰ বাবে ৬০০ কোটি টকা ঘোষণা গাডকাৰীৰ
সেতু বন্ধনৰ বাবে ২০০ কোটি ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ