শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে দল ঘোষণা BCCIৰ

শ্ৰীলংকাৰ বিৰুদ্ধে জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) শুকুৰবাৰে দল ঘোষণা কৰে। চলিত ক’ভিড-১৯ পৰিস্থিতিৰ বাবে সকলোবোৰ মেচ কলম্বোৰ আৰ প্ৰেমদাচা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ’ব।

বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু অন্যান্য জ্যেষ্ঠ খেলুৱৈসকলৰ অনুপস্থিতিত তৰুণ যুৱনায়ক শিখৰ ধাৱানে দলটোক নেতৃত্ব দিব।

ভাৰতৰ দল: শিখৰ ধাৱান (অধিনায়ক), পৃথ্বী শ্ব, দেৱদত্ত পডিক্কাল, ৰুতুৰাজ গাইকৱাড, সূৰ্যকুমাৰ যাদৱ, মনীষ পাণ্ডে, হাৰ্দিক পাণ্ডিয়া, নীতিশ ৰাণা, ঈশান কিষাণ (উইকেট-ৰক্ষক), সঞ্জু চেমচন (উইকেট-ৰক্ষক), যুজবেন্দ্ৰ চাহল, ৰাহুল চেহেৰ, কে গৌথম, ক্ৰুণাল পাণ্ডিয়া, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ভুৱনেশ্বৰ কুমাৰ (উপ-অধিনায়ক, দীপক চেহেৰ, নৱদ্বীপ ছেইনী, চেতন চাকৰীয়া।

নেট বলাৰ: ঈশান পোৰেল, সন্দীপ ৱাৰিয়াৰ, আৰ্শদীপ সিং, চাই কিশোৰ, চিমাৰজিৎ সিং।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...