বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড।
কেইবাটাও অমানৱীয় অপৰাধৰ গোচৰত দোষী সাব্যস্ত।
আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে ৰায়।
২০২৪ৰ ছাত্র আন্দোলনক লৈ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
১৪০০ লোকৰ হত্যাকাণ্ডত দোষী সাব্যস্ত শ্বেখ হাছিনা।
হাছিনাৰ লগতে আন দুজনকো দোষী সাব্যস্ত আদালতৰ।
প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালকো মৃত্যুদণ্ড।
প্ৰাক্তন IGP চৌধুৰী আব্দুল্লা আল মামুনক ৫ বছৰৰ কাৰাদণ্ড।
IGP চৌধুৰী আব্দুল্লা আল মামুনক মৃত্যুদণ্ডৰ পৰা ৰেহাই।
ঘটনাৰ ৰাজসাক্ষী হ’ব চৌধুৰী আব্দুল্লা আল মামুন।
ন্যায়াধীশ মহঃ গোলাম মূৰ্তাজা মজুমদাৰৰ আদালতৰ এই ৰায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...