উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৫ কৰ্মচাৰীক গ্ৰেপ্তাৰ বাইহাটা আৰক্ষীৰ

উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৫ কৰ্মচাৰীক গ্ৰেপ্তাৰ বাইহাটা আৰক্ষীৰ। নিৰ্মল ইনফ্ৰা প্ৰতিষ্ঠানৰ কৰ্মচাৰী আটাইকেইজন ধৃত ব্যক্তি। বাইহাটাত নিৰ্মাণৰত উৰণ সেতুৰ বীম খহি মৃত্যু হৈছিল এজনৰ। ঘটনা সন্দৰ্ভত বাইহাটা থানাত ৰুজু হৈছে ৬৩/২৪ নম্বৰত গোচৰ। এই গোচৰৰ ভিত্তিতে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীকেইজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। ইতিমধ্যে ধৃত আটাইকেইজন কৰ্মচাৰীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...