নিৰ্বাচনৰ পূৰ্বে দাম বৃদ্ধি চিলিণ্ডাৰৰ

নিৰ্বাচনৰ পূৰ্বে দাম বৃদ্ধি চিলিণ্ডাৰৰ । ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি।
২৫.৫০ টকাকৈ বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ দাম। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাইছে দাম। বিগত বৰ্ষৰ ১ ডিচেম্বৰত ২২ টকা বৃদ্ধি হৈছিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...