উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৫ কৰ্মচাৰীক গ্ৰেপ্তাৰ বাইহাটা আৰক্ষীৰ

উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৫ কৰ্মচাৰীক গ্ৰেপ্তাৰ বাইহাটা আৰক্ষীৰ। নিৰ্মল ইনফ্ৰা প্ৰতিষ্ঠানৰ কৰ্মচাৰী আটাইকেইজন ধৃত ব্যক্তি। বাইহাটাত নিৰ্মাণৰত উৰণ সেতুৰ বীম খহি মৃত্যু হৈছিল এজনৰ। ঘটনা সন্দৰ্ভত বাইহাটা থানাত ৰুজু হৈছে ৬৩/২৪ নম্বৰত গোচৰ। এই গোচৰৰ ভিত্তিতে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীকেইজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। ইতিমধ্যে ধৃত আটাইকেইজন কৰ্মচাৰীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...